Braking

Simpi Begum

“মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নোভোগে I AM SORRY” …. তাৰ পিছতেই চাৰি মহলৰ পৰা মৰণ জাপ

মোৰ হৈ মোৰ পত্নী আৰু সন্তানে কষ্ট পোৱাটো নিবিচাৰোঁ । মোৰ ভুলৰ শাস্তি যাতে পৰিয়ালে নুভুগে । AM SORRY ১.২০ লাখ টকীয়া বেজী লোৱাৰ পৰামৰ্শ দিছিল চিকিৎসকে । কালি গুৱাহাটীৰ মেজিষ্ট্ৰেট কল’নীত সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা । হেদায়েৎপুৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা কৰিছিল চৰকাৰী বিষয়া ADC ত্ৰিদীপ কোঁৱৰে ।  কামৰূপ মহানগৰ জিলা আয়ুক্ত কার্যালয়ত…

Read More

অন্ধ গাঁওবাসী , অন্ধ পশু-পক্ষী পৃথিৱীৰ একমাত্ৰ অন্ধ গাঁও

বিশ্বৰ এনে বহু ঠাই আছে যিবোৰ এতিয়াও ৰহস্যৰে ভৰপুৰ , যিবোৰ হয়তো বিজ্ঞানেও সম্পূৰ্ণকৈ ঢুকি পোৱা নাই । এনেকুৱা এখন গাঁও মেক্সিকো দেশত অৱস্থিত । “অন্ধৰ গাঁও” নামৰে  জনাজাত এই গাঁওখনৰ নাম টিলটেপেক । আশ্বৰ্য্যজনক কথাটো হল এই গাঁওত ইয়াত বসবাস কৰা সকলো মানুহ আৰু জীৱ-জন্তুয়েই অন্ধ । এই কথা শুনি আপুনি হয়তো বিশ্বাস নকৰিবও পাৰে…

Read More

সদ্যজাত শিশুটোৰ সৈতে সময় কটাবলৈ নাপালে পিতৃয়ে…. কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই সকলো শেষ হৈ গ’ল….

শেহতীয়াকৈ লোকেন্দ্ৰ সিং এটি ল’ৰা সন্তানৰ পিতৃ হৈছিল । সদ্যজাত শিশুটোৰ সৈতে সময় কটাবলৈ নাপালে পিতৃয়ে…. কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই সকলো শেষ হৈ গ’ল…. শিশুটোৰ সৈতে সময় কটাবলৈ নাপালে পিতৃয়ে । আনহাতে ঋষি ৰাজৰ সিঙৰ ঘৰ ৰাজস্থানৰ পালিত । ঋষি ৰাজ সিং আছিল তেওঁৰ পৰিয়ালৰ ডাঙৰ পুত্ৰ । কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতেই সকলো শেষ হৈ গ’ল…. …

Read More

Instagram Reels ত ব্যস্ত থকাৰ বাবেই পিতৃয়ে হত্যা কৰিলে নিজ কন্যাক

কোন দিছে গতি কৰিছে আজিৰ সমাজখনে ? Instagram Reels ৰ আসক্তিয়েই মৃত্যু মাতিলে নেকি ৰাধিকাৰ ? Instagram Reels ৰ আসক্তি ইমানেই গুৰুতৰ অপৰাধ নেকি যাৰ বাবে পিতৃয়ে হত্যা কৰিবলৈ বাধ্য হল নিজ কন্যাক ? নিজকে স্বাৱলম্বী ৰূপত প্ৰতিষ্ঠিত হোৱাটোৱেই ভুল হল নেকি ৰাধিকাৰ? কালি হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং…

Read More

ৰাজ্যবাসীলৈ সুখবৰ অসম কেবিনেটৰ বৃহৎ সিদ্ধান্ত

কালি কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ব্যক্তিগত নাৰ্ছিং হোমক লৈ কেবিনেটত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এতিয়াৰ পৰা ৪ ঘণ্টাতকৈ অধিক সময় ৰাখি থব নোৱাৰিব মৃতদেহ । নাৰ্ছিং হোমে টকা নিদিয়া বুলি কৈ মৃতদেহ ৰাখি থলে গ্ৰহণ কৰা হব আইনী ব্যৱস্থা । যদি কোনো নাৰ্ছিং হোমে ৪ ঘণ্টাতকৈ অধিক সময় মৃতদেহ…

Read More

ইনষ্টাগ্ৰাম ৰীলৰ বাবেই….পিতৃয়ে ৫ টা গুলীৰে হত্যা কৰিলে নিজ কন্যাক !

হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত এজন লোকে তেওঁৰ ২৫ বছৰীয়া কন্যা ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে । ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে নিজ পিতৃয়ে । ৰাধিকা যাদৱ আছিল ৰাজ্যিক পৰ্য্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ । আই টি এফ ডাবলছত ১১৩ নম্বৰ স্থানত থকা ৰাধিকা আছিল ভাৰতীয় টেনিছৰ উদীয়মান…

Read More

ৰোগীৰ জীৱনক লৈ হেতালি !কোন এই সকল মুন্নাভাই MBBS ?

ৰোগীৰ জীৱনক লৈ হেতালি চলিছে । ৰাজ্যত বৃদ্ধি পাইছে ভূৱা চিকিৎসকৰ মইমতালি । ৰাজ্যত চিকিৎসা শাস্ত্ৰৰ তিল মানো জ্ঞান নথকা লোকে ৰোগীৰ জীৱনক লৈ খেলা কৰিছে । বিগত কেইমাহৰ ভিতৰত ৰাজ্যজুৰি ভূৱা চিকিৎসকে ভয়ংকৰ ৰূপ লৈছে । অসম চিকিৎসা পৰিষদৰ এন্টি কোৱাকেৰী এণ্ড ভিজিলেঞ্চ ইউনিটৰ সক্ৰিয় অভিযানত যোৱা ৬ মাহত ১০ গৰাকী ভূৱা চিকিৎসকক গ্ৰেপ্তাৰ…

Read More

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ?

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ? বন্দনা দাস হত্যাকাণ্ডৰ নতুন তথ্য ! প্ৰকৃততে কাৰ ষড়যন্ত্ৰৰ বলি হ’ল বন্দনা দাস ? ধনৰ লোভত অন্ধ হৈ বায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে । বায়েকক হত্যা কৰিবলৈ কিমান নিষ্ঠুৰ হব লাগিব এবাৰ ভাৱকচোন ? যোৱা ২ জুলাইত গুৱাহাটীৰ খাৰঘূলিৰ লুইতপুৰৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল…

Read More

শোৱাপাটীতে হত্যা এগৰাকী মহিলাক ! কুঁৱাত পেলাই দিয়া হল মৃতদেহ….

ৰাজ্যত পুনৰ এক ভয়ানক হত্যাকাণ্ড । কোকৰাঝাৰৰ নায়েকগাঁও দক্ষিণ আমগুৰিত হত্যাকাণ্ড । শোৱাপাটীতে হত্যা কৰিলে এগৰাকী মহিলাক । মহিলা গৰাকীৰ নাম চুমি কিস্কু । শোৱাপাটীত নেদেখি , কোঠাত তেজৰ দাগ দেখি হত্যাৰ সন্দেহ পৰিয়ালৰ । হত্যা কৰি চোঁচৰাই আনি মৃতদেহ পেলালে কুঁৱাত । এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান পোৱা নাই । মৃতদেহ উদ্ধাৰৰ চেষ্টা SDRF বাহিনীৰ ।…

Read More

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড । বৃহস্পতিবাৰে দুলীয়াজান বালিকা মহাবিদ্যালয়ৰ সমীপত ব্যস্ত চাৰিআলিত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ডৰ । অগ্নিকাণ্ডত পথৰ কাষৰ কেইবাখনো দোকান ভস্মীভূত হয় । ভস্মীভূত এটা বাসগৃহও কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বিয়পি পৰা জুইত জাহ যায় বহু সামগ্ৰীৰ । স্থানীয় লোকৰ মতে অগ্নিকাণ্ডৰ পাছতে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয় । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা…

Read More

ভাৰতলৈ প্ৰত্যাৰ্পণ পলাতক মণিকা কাপুৰক

সুদীৰ্ঘ বছৰৰ পিছত ভাৰতলৈ অনা হ’ল প্ৰৱঞ্চক মণিকাক । ১৪ বছৰ আমেৰিকাক কৰা অনুৰোধৰ পিছত আমেৰিকাই গতালে ভাৰতক । ১৯৯৮ত আমদানি-ৰপ্তানি কেলেংকাৰীত নাম সাঙোৰ খাইছিল। দুই ভাতৃৰ সৈতে ৰচিছিল কেলেংকাৰীৰ ৰচনা । “মনিকা অভাৰচিজ” নামৰ এটা প্ৰতিষ্ঠানৰ মালিক মনিকা কাপুৰে তেওঁৰ দুজন ভাতৃৰ সৈতে ১৯৯৮ চনত বেংকৰ বাবে ভুৱা শিপিং বিল, চালান আৰু ভুৱা ৰপ্তানিৰ…

Read More

বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰৰ পুনৰ সাফল্য

Ironman 70.3 ত বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰৰ পুনৰ সাফল্য । নিজৰ শক্তি আৰু অধ্যৱসায়ৰে নিজৰ নাম উজলাবলৈ সক্ষম হৈছে বলীউডৰ অভিনেত্ৰী সাইয়ামি খেৰ । ৬ জুলাই তাৰিখে ছুইডেনৰ ইয়োনক’পিং চহৰত অনুষ্ঠিত কঠিন Ironman 70.3 triathlon প্ৰতিযোগিতাত অংশ লৈ বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰে পুনৰ বাৰ নাম উজলাবলৈ সক্ষম হয় । ২০২৪ চনত জাৰ্মানীৰ বাৰ্লিনত তেওঁৰ প্ৰথমটো…

Read More

শান্তিৰ নোবেল বঁটাৰ বাবে নাম মনোনীত ড’নাল্ড ট্রাম্পৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক শান্তি নোবেল বঁটা দিবলৈ উঠি পৰি লাগিছে ইজৰাইল ।   কিছুদিন পূৰ্বে পাকিস্তানে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ প্ৰস্তাৱ দিছিল । এইবাৰ ইজৰাইলেও একে কাৰ্যকে অনুসৰণ কৰিলে । পাকিস্তানে কৈছিল যে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বাবে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়া উচিত । তেওঁলোকে সেই প্ৰস্তাৱ নোবেল কমিটীলৈও প্ৰেৰণ কৰে । সোমবাৰে হোৱাইট হাউছত নেটান্যাহুৰ…

Read More

আধুনিক যুগতো প্ৰাসংগিক হেম ৰেডিঅ’

শেহতীয়াকৈ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ হেম ৰেডিঅ’ ব্যৱহাৰ কৰি দেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । কিন্তু কি এই হেম ৰেডিঅ’ ? হেম ৰেডিঅ’ ক এমেচাৰ ৰেডিঅ’ নামেৰেও জনা যায় । এই এমেচাৰ ৰেডিঅ’ হৈছে যোগাযোগ স্থাপনৰ বাবে ৰেডিঅ’ তৰংগৰ ওপৰত নিৰ্ভৰশীল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰেডিঅ’ সেৱা । হেম ৰেডিঅ’ সেৱা বহুলাংশে শিক্ষা…

Read More

GMCH ত অগ্নিকাণ্ডৰ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড  সংঘটিত হৈছে । GMCH ৰ Minor OT অৰ্থ’পেডিক ডিপাৰ্টমেণ্টত সংঘটিত হৈছে অগ্নিকাণ্ড । অৰ্থপেডিক বিভাগত সংঘটিত হৈছে এই অগ্নিকাণ্ড । সোমবাৰে পুৱা GMCH ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত আতংকময় পৰিৱেশৰ  । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ পিছতেই ৰোগী আৰু আত্মীয়ৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু ৰোগীক…

Read More

পুনৰ সংঘটিত ‘ডিজিটেল গ্ৰেপ্তাৰ’ ৰ ঘটনা কৰ্ণাটকত ৩.১৬ কোটি টকাৰ প্ৰতাৰণা

দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । শেহতীয়াকৈ এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কৰ্ণাটকত । চাইবাৰ ইকনমিক এণ্ড নাৰ্কটিকছ (CEN) ক্ৰাইম পুলিচত দাখিল কৰা অভিযোগ অনুসৰি অনলাইন জালিয়াতি আঁচনিৰ চিকাৰ হ’ল মেংগালুৰুৰ এগৰাকী গৃহিণী । যাৰ ফলত ৩.১৬ কোটি টকা হেৰুৱাই । ৫ জুনৰ পুৱা প্ৰায় ১০:২৫ বজাত ৰাষ্ট্ৰীয় চাইবাৰ ৰিপৰ্ট পৰ্টেল (এনচিআৰপি)ৰ পৰা পৰিদৰ্শক…

Read More

অপাৰেচন সিন্দুৰৰ সফলতাৰ পিচত প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ

অত্যাধুনিক সমৰাস্ত্র ক্রয়ৰ বাবে ১.০৩ লাখ কোটি টকা ব্যয়ত অনুমোদন প্রতিৰক্ষা আহৰণ পৰিষদৰ (ডিফেন্স একুইজিচন কাউন্সিল) । অপাৰেচন সিন্দুৰৰ সফলতাৰ পিচত প্ৰতিৰক্ষা মন্ত্র্যালয়ৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ । অত্যাধুনিক সমৰাস্ত্র ক্রয়ৰ বাবে ১.০৩ লাখ কোটি টকা ব্যয়ত অনুমোদন প্রতিৰক্ষা আহৰণ পৰিষদৰ (ডিফেন্স একুইজিচন কাউন্সিল) । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ডিফেন্স একুইজিচন কাউন্সিলে ১০টা…

Read More

গৰমৰ বন্ধ এক নষ্টালজিয়া , তাহানি আৰু এতিয়া….

জুলাই মাহৰ আছে এক সুকীয়া আমেজ । জুলাই মাহ মানেই গৰমৰ বন্ধ …. এই শব্দদুটি শুনিলেই যেন বৈ আহে মিঠা সোঁৱৰণিৰ বন্যা । গৰমৰ বন্ধ মানেই শিশুৰ বাবে আছিল সৰ্বোচ্চ সুখৰ সময় । এই সময় স্কুলৰ ব্যস্ততা, পৰীক্ষাৰ চাপ আৰু পাঠ্যপুথিৰ চক্ৰবেহুৰ পৰা আঁতৰি সম্পূৰ্ণ এক মাহৰ মুক্তি । গৰম বন্ধৰ আগ দিনা বিদ্যালয়ৰ শিক্ষক…

Read More