Braking

আফ্ৰিকাৰ এটা বিশেষ জনজাতি – যাক কোৱা হয় “বান্না ট্ৰাইব বুলি”

বান্না গোট (Banna Tribe) আফ্ৰিকাৰ ইথিঅ’পিয়াৰ দক্ষিণ অংশত বসবাস কৰা এটা জনজাতি এই জনজাতিৰ মূল বাসস্থান “ওমো ভেলি” অঞ্চলত, যি ইথিঅ’পিয়াৰ এক জনজাতি-প্ৰধান অঞ্চল।বান্না জনগোষ্ঠী ইথিঅ’পিয়াৰ দক্ষিণে ওমো নদীৰ কাষত থকাৰ বাবে ইয়াক ওমো ভেলিৰ জনজাতি বোলা হয়।এই জনজাতি আফ্ৰ’-এছিয়াটিক ভাষা পৰিয়ালৰ ওমোটিক শাখাৰ বান্না ভাষা ব্যৱহাৰ কৰে। বান্না জনজাতিৰ মুখ্য জীৱিকা হৈছে পশুপালন আৰু…

Read More

য়েমেনত ৰক্ষা পৰিবনে ভাৰতৰ নিমিষা প্ৰিয়াৰ প্ৰাণ?

য়েমেনত কাৰাবন্দী হৈ থকা কেৰালাৰ নাৰ্চ নিমিষা প্ৰিয়াক ১৬ জুলাইত ফাঁচী দিয়াৰ কথা আছিল। কিন্তু কেৰালাৰ গ্ৰেণ্ড মুফতি শ্বেখ কান্তপুৰম এ পি আবুবক্কৰ মুছলিয়াৰৰ হস্তক্ষেপৰ বাবে এই শাস্তি পিছুৱাই দিয়া হৈছে। ইছলামিক আইন অনুসৰি হত্যাকাৰীক ক্ষমা কৰাৰ অধিকাৰ ভুক্তভোগীৰ পৰিয়ালৰ অধিকাৰ আছে বুলি কয় মুফতিয়ে। আবুবক্কৰে কোৱা অনুসৰি ইছলামত এনে এক আইন আছে য’ত ভুক্তভোগীৰ…

Read More

জীৱন-মৰণৰ সন্ধিক্ষণত এক কঠিন সিদ্ধান্ত ইউথেনেছিয়া (Euthanasia)

জীৱন-মৰণ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া । কিন্তু যিমানে গতিশীল সমাজৰ সৈতে গতি কৰিছোঁ ধাৰণা বোৰেই যে সময়ৰ সোঁতত সলনি হৈ নতুন পথৰ দিশে গতি কৰিছে । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে । এই উদ্বেগৰ সমান্তৰালভাৱে আন এটা বিতৰ্কিত বিষয়ৰ সৃষ্টি হৈছে-ইউথেনেছিয়া । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক…

Read More

পৃথিৱীলৈ প্ৰত্যাৱৰ্তন Axiom-4 মহাকাশত ইতিহাস ৰচনা কৰি পৃথিৱীলৈ উভতি আহিল শুভাংশু শুক্লা সহ চাৰি মহাকাশচাৰী

পৃথিৱীলৈ প্ৰত্যাৱৰ্তন ভাৰতীয় মহাকাশচাৰী সুভাংশু শুক্লা সহ ৪ মহাকাশচাৰী । মহাকাশত সফলতাৰে সম্পূৰ্ণ ১৮ দিন  কটাই সফলতাৰে অৱতৰণ পৃথিৱীত । Axiom-4 মহাকাশ অভিযান ভাৰতৰ মহাকাশ ইতিহাসৰ এক গৌৰৱৰ অধ্যায় । নাছাৰ সূত্ৰ অনুসৰি ১৫ জুলাই মঙলবাৰে বিয়লি ৩:০১ বজাত কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ উপকূলত অৱতৰণ কৰে মহাকাশযানখনে । ড্ৰেগন কেপচুলটো উভতি অহাৰ পথত অৱতৰণ কৰাৰ আগতে মহাকাশত…

Read More

দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদৰ

মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । তেওঁৰ মৃত্যুত ক্ৰীড়া জগতত শোকৰ  ছাঁ পৰিছে । বিশ্বৰ আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদ ফৌজা সিঙৰ মৃত্যু । সোমবাৰে এটা পথ দুৰ্ঘটনাত মৃত্যু হয় বিশ্বৰ আটাইতকৈ পুৰণি মাৰাথন দৌৰবিদ গৰাকীৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১১৪ বছৰ । পাঠানকোট-জলন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী জলন্ধৰৰ নিজ গাঁও ব্যাস পিণ্ডৰ সমীপত খোজ কাঢ়ি…

Read More

কাৰ্টুনৰ পৰাই সৃষ্টি হোৱা টেডি বিয়েৰৰ কাহিনী…..

টেডি বিয়েৰ সকলোৰে প্ৰিয় নহয় নে ? শিশুৰ পৰা বৃদ্ধ লৈকে সকলোৰে সকলোৰে বাবে এটি মৰমৰ উপহাৰ এই টেডি বিয়েৰ । বিশেষকৈ ভেলেণ্টাইন ডে’ত প্ৰেমৰ প্ৰতীক হিচাপেও টেডি বিয়েৰ ব্যৱহাৰ কৰা হয় ।  ১৯ শতিকাৰ শেষৰ ফালে প্ৰচলন আৰম্ভ হৈছিল টেডি বিয়েৰৰ । ইতিহাসো যথেষ্ট আকৰ্ষণীয় ।   টেডি বিয়েৰ (Teddy Bear) নামেৰে জনাজাত এই পুতলা ভালুক…

Read More

AREA 51 আজিও এক ৰহস্য ! কি আছে AREA 51ৰ ভিতৰভাগত !

প্ৰায়ে সময়ে AREA 51 ক লৈ উত্থাপিত হৈ বিভিন্ন প্ৰশ্ন কিন্তু, Area 51 হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভাদা প্ৰান্তৰ এখন অতি গোপনীয় সামৰিক ঘাঁটি।এই স্থানটো লাছ ভেগাছৰ পৰা প্ৰায় ৮৩ কি:মি উত্তৰে অৱস্থিত।ইয়াক Unit 51, Dreamland, আৰু Groom Lake বুলিও কোৱা হয়। কিন্তু, বৰ্তমান সময়তও বিভিন্ন মানুহে Area 51 ত চৰকাৰে এলিয়েনৰ মৃতদেহ আৰু তেওঁলোকৰ প্ৰযুক্তি…

Read More

এখন ভৰিৰে দেশ বিদেশত চাইকেল যাত্ৰা অসম সন্তানৰ

২০১২ চনৰ এটা দুৰ্ঘটনাতহেৰুৱাইছিল এখন ভৰি…. প্ৰতিবন্ধকতাক নেউচি এজন সফল যুৱক  । প্ৰতিবন্ধকতা সফলতাৰ পথত হেঙাৰ হব নোৱাৰে । বিশেষভাৱে সক্ষম যুৱক পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে শেহতীয়াকৈ সম্পূৰ্ণ কৰে ।  ‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ চাইকেল যাত্ৰা । প্ৰায় ৭ হাজাৰ কিঃমিঃ যাত্ৰা সম্পূৰ্ণ কৰি উপস্থিত হৈছে নিজ ৰাজ্যত । এপ্ৰিল মাহতেই আৰম্ভ হৈছিল এই যাত্ৰা । নেহেৰু ষ্টেডিয়ামত…

Read More

এপাৰ্টমেণ্টত উদ্ধাৰ অভিনেত্ৰীৰ উঁৱলি যোৱা মৃতদেহ ! মৃত্যুৰ ৯ মাহৰ পিছত অভিনেত্ৰীৰ শেষকৃত্য

কৰাচীৰ ইত্তেহাদ কমাৰ্চিয়েল এলেকাৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ । অভিনেত্ৰী তথা মডেলগৰাকীৰ নাম হুমাইৰা আছঘৰ আলী । যোৱা সাত বছৰ ধৰি ডিফেন্স হাউছিং ছ’চাইটিৰ এটা এপাৰ্টমেণ্টত অকলশৰে বাস কৰিছিল অভিনেত্ৰগৰাকীয়ে । জিঅ’ টিভিৰ মতে , তেওঁৰ এপাৰ্টমেণ্টৰ পৰা নিৰ্গত হোৱা প্ৰবল , অপ্ৰীতিকৰ গোন্ধ বিয়পি পৰাৰ পিছত চুবুৰীয়াই আতংকিত হৈ খবৰ দিয়ে…

Read More

পৃথিৱীৰ আটাইতকৈ হিংসাত্মক জনজাতি | যাৰ ওচৰত যোৱাটো একেবাৰে নিষিদ্ধ

এই জনজাতিটো ভাৰতৰ আন্দামান আৰু নিকোবাৰআইলেণ্ডৰ ৫৭২ টা আইলেণ্ডৰ ভিতৰৰ এটা আইলেণ্ডত বাস কৰে। এই জনজাতিটোক চেন্তিনেলিছ জনজাতি বুলি কোৱা হয়।এই জনজাতিটো আন্দামানৰ উত্তৰ দিশৰ আইলেণ্ডত বসবাস কৰে। জানিব পৰা মতে এই জনজাতিটো আজিলৈ ইমানেই পিছ পৰি আছে যিয়ে আজিলৈ জুইৰ কথাও একেবাৰে নাজানে।এই জনজাতিটো কেঁচা মাছ, চৰাই, বনৰীয়া পশু আৰু নাৰিকল আৰু বৰষুণৰ পানী…

Read More

অন্ধ গাঁওবাসী , অন্ধ পশু-পক্ষী পৃথিৱীৰ একমাত্ৰ অন্ধ গাঁও

বিশ্বৰ এনে বহু ঠাই আছে যিবোৰ এতিয়াও ৰহস্যৰে ভৰপুৰ , যিবোৰ হয়তো বিজ্ঞানেও সম্পূৰ্ণকৈ ঢুকি পোৱা নাই । এনেকুৱা এখন গাঁও মেক্সিকো দেশত অৱস্থিত । “অন্ধৰ গাঁও” নামৰে  জনাজাত এই গাঁওখনৰ নাম টিলটেপেক । আশ্বৰ্য্যজনক কথাটো হল এই গাঁওত ইয়াত বসবাস কৰা সকলো মানুহ আৰু জীৱ-জন্তুয়েই অন্ধ । এই কথা শুনি আপুনি হয়তো বিশ্বাস নকৰিবও পাৰে…

Read More

য়েমেনত মৃত্যুদণ্ডৰ শাস্তিৰ সন্মুখীন হ’বলৈ ওলাইছে এগৰাকী ভাৰতীয় নাৰ্চ।

কেৰালাৰ বাসিন্দা নিমিষা প্ৰিয়া নামৰ নাৰ্চগৰাকীক অহা ১৬ জুলাইত দিয়া হ’ব ফাঁচী। য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰা হৈছে। ২০০৮ চনত ঘৰৰ আৰ্থিক সমস্যাৰ বাবে নিমিষাই কাম কৰিবলৈ য়েমেনলৈ যায়।মধ্যপ্ৰাচ্যৰ দেশ য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াই তাত বহুকেইখন চিকিৎসালয়ত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ নিজাকৈ ক্লিনিক খোলে।ক্লিনিকখন খোলাৰ সময়ত নিমিষাই ২০১৪ চনত…

Read More

ভাৰতলৈ প্ৰত্যাৰ্পণ পলাতক মণিকা কাপুৰক

সুদীৰ্ঘ বছৰৰ পিছত ভাৰতলৈ অনা হ’ল প্ৰৱঞ্চক মণিকাক । ১৪ বছৰ আমেৰিকাক কৰা অনুৰোধৰ পিছত আমেৰিকাই গতালে ভাৰতক । ১৯৯৮ত আমদানি-ৰপ্তানি কেলেংকাৰীত নাম সাঙোৰ খাইছিল। দুই ভাতৃৰ সৈতে ৰচিছিল কেলেংকাৰীৰ ৰচনা । “মনিকা অভাৰচিজ” নামৰ এটা প্ৰতিষ্ঠানৰ মালিক মনিকা কাপুৰে তেওঁৰ দুজন ভাতৃৰ সৈতে ১৯৯৮ চনত বেংকৰ বাবে ভুৱা শিপিং বিল, চালান আৰু ভুৱা ৰপ্তানিৰ…

Read More

বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰৰ পুনৰ সাফল্য

Ironman 70.3 ত বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰৰ পুনৰ সাফল্য । নিজৰ শক্তি আৰু অধ্যৱসায়ৰে নিজৰ নাম উজলাবলৈ সক্ষম হৈছে বলীউডৰ অভিনেত্ৰী সাইয়ামি খেৰ । ৬ জুলাই তাৰিখে ছুইডেনৰ ইয়োনক’পিং চহৰত অনুষ্ঠিত কঠিন Ironman 70.3 triathlon প্ৰতিযোগিতাত অংশ লৈ বলিউডৰ অভিনেত্ৰী সাইয়ামি খেৰে পুনৰ বাৰ নাম উজলাবলৈ সক্ষম হয় । ২০২৪ চনত জাৰ্মানীৰ বাৰ্লিনত তেওঁৰ প্ৰথমটো…

Read More

ভাৰতীয় নাৰ্চ নিমিশা প্রিয়াক ১৬ জুলাইত য়েমেনত দিয়া হ’ব ফাঁচী

২০১৭ চনত তালাল আবদো মাহদী নামৰ এজন য়েমেনী নাগৰিকক হত্যাৰ অভিযোগত দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায় মৃত্যুদণ্ডৰ অনুমোদন দিছিল য়েমেনৰ ৰাষ্ট্ৰপতি ৰাশাদ আল আলিমীয়ে কিন্তু নিমিশা প্ৰিয়া কোন ? নিমিশা প্ৰিয়া এগৰাকী ভাৰতীয় নাগৰিক আৰু কেৰালাৰ নিবাসী এগৰাকী নাৰ্চ আছিল।তেওঁ ২০০৮ চনত তেওঁ তেওঁৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ বাবে য়েমেন দেশলৈ গৈছিলআৰু সেই দেশত কাম কৰাৰ…

Read More

শান্তিৰ নোবেল বঁটাৰ বাবে নাম মনোনীত ড’নাল্ড ট্রাম্পৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক শান্তি নোবেল বঁটা দিবলৈ উঠি পৰি লাগিছে ইজৰাইল ।   কিছুদিন পূৰ্বে পাকিস্তানে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ প্ৰস্তাৱ দিছিল । এইবাৰ ইজৰাইলেও একে কাৰ্যকে অনুসৰণ কৰিলে । পাকিস্তানে কৈছিল যে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বাবে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়া উচিত । তেওঁলোকে সেই প্ৰস্তাৱ নোবেল কমিটীলৈও প্ৰেৰণ কৰে । সোমবাৰে হোৱাইট হাউছত নেটান্যাহুৰ…

Read More

আধুনিক যুগতো প্ৰাসংগিক হেম ৰেডিঅ’

শেহতীয়াকৈ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ হেম ৰেডিঅ’ ব্যৱহাৰ কৰি দেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । কিন্তু কি এই হেম ৰেডিঅ’ ? হেম ৰেডিঅ’ ক এমেচাৰ ৰেডিঅ’ নামেৰেও জনা যায় । এই এমেচাৰ ৰেডিঅ’ হৈছে যোগাযোগ স্থাপনৰ বাবে ৰেডিঅ’ তৰংগৰ ওপৰত নিৰ্ভৰশীল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰেডিঅ’ সেৱা । হেম ৰেডিঅ’ সেৱা বহুলাংশে শিক্ষা…

Read More