Braking

শোৱাপাটীতে হত্যা এগৰাকী মহিলাক ! কুঁৱাত পেলাই দিয়া হল মৃতদেহ….

ৰাজ্যত পুনৰ এক ভয়ানক হত্যাকাণ্ড । কোকৰাঝাৰৰ নায়েকগাঁও দক্ষিণ আমগুৰিত হত্যাকাণ্ড । শোৱাপাটীতে হত্যা কৰিলে এগৰাকী মহিলাক । মহিলা গৰাকীৰ নাম চুমি কিস্কু । শোৱাপাটীত নেদেখি , কোঠাত তেজৰ দাগ দেখি হত্যাৰ সন্দেহ পৰিয়ালৰ । হত্যা কৰি চোঁচৰাই আনি মৃতদেহ পেলালে কুঁৱাত । এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান পোৱা নাই । মৃতদেহ উদ্ধাৰৰ চেষ্টা SDRF বাহিনীৰ ।…

Read More

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড । বৃহস্পতিবাৰে দুলীয়াজান বালিকা মহাবিদ্যালয়ৰ সমীপত ব্যস্ত চাৰিআলিত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ডৰ । অগ্নিকাণ্ডত পথৰ কাষৰ কেইবাখনো দোকান ভস্মীভূত হয় । ভস্মীভূত এটা বাসগৃহও কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত বিয়পি পৰা জুইত জাহ যায় বহু সামগ্ৰীৰ । স্থানীয় লোকৰ মতে অগ্নিকাণ্ডৰ পাছতে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয় । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা…

Read More

GMCH ত অগ্নিকাণ্ডৰ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ড  সংঘটিত হৈছে । GMCH ৰ Minor OT অৰ্থ’পেডিক ডিপাৰ্টমেণ্টত সংঘটিত হৈছে অগ্নিকাণ্ড । অৰ্থপেডিক বিভাগত সংঘটিত হৈছে এই অগ্নিকাণ্ড । সোমবাৰে পুৱা GMCH ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ত আতংকময় পৰিৱেশৰ  । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডৰ পিছতেই ৰোগী আৰু আত্মীয়ৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু ৰোগীক…

Read More