Braking

আফ্ৰিকাৰ এটা বিশেষ জনজাতি – যাক কোৱা হয় “বান্না ট্ৰাইব বুলি”

বান্না গোট (Banna Tribe) আফ্ৰিকাৰ ইথিঅ’পিয়াৰ দক্ষিণ অংশত বসবাস কৰা এটা জনজাতি এই জনজাতিৰ মূল বাসস্থান “ওমো ভেলি” অঞ্চলত, যি ইথিঅ’পিয়াৰ এক জনজাতি-প্ৰধান অঞ্চল।বান্না জনগোষ্ঠী ইথিঅ’পিয়াৰ দক্ষিণে ওমো নদীৰ কাষত থকাৰ বাবে ইয়াক ওমো ভেলিৰ জনজাতি বোলা হয়।এই জনজাতি আফ্ৰ’-এছিয়াটিক ভাষা পৰিয়ালৰ ওমোটিক শাখাৰ বান্না ভাষা ব্যৱহাৰ কৰে। বান্না জনজাতিৰ মুখ্য জীৱিকা হৈছে পশুপালন আৰু…

Read More

৫০০০ হিন্দু মহিলাক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰিলে দেশদ্ৰোহী জালালুদ্দিনে

দেশৰ বিৰুদ্ধে কি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল চাংগুৰ বাবা ওৰফে জালালুদ্দিনে উত্তৰ প্ৰদেশ ATS ৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে জালালুদ্দিনে চলাই আহিছিল সন্ত্ৰাসবাদী কেম্প উত্তৰ প্ৰদেশৰ এটা ফেৰীৱালা ৷চাইকেলেৰে ফেৰি কৰি আঙুঠি আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তাই থকা জালালুদ্দিন কেনেকৈকেইবছৰমানৰ ভিতৰতে হৈ পৰিল কোটি কোটি টকাৰ মালিক ৷ এই সকলোবোৰ তথ্য আহি পৰিছে উত্তৰ…

Read More

য়েমেনত ৰক্ষা পৰিবনে ভাৰতৰ নিমিষা প্ৰিয়াৰ প্ৰাণ?

য়েমেনত কাৰাবন্দী হৈ থকা কেৰালাৰ নাৰ্চ নিমিষা প্ৰিয়াক ১৬ জুলাইত ফাঁচী দিয়াৰ কথা আছিল। কিন্তু কেৰালাৰ গ্ৰেণ্ড মুফতি শ্বেখ কান্তপুৰম এ পি আবুবক্কৰ মুছলিয়াৰৰ হস্তক্ষেপৰ বাবে এই শাস্তি পিছুৱাই দিয়া হৈছে। ইছলামিক আইন অনুসৰি হত্যাকাৰীক ক্ষমা কৰাৰ অধিকাৰ ভুক্তভোগীৰ পৰিয়ালৰ অধিকাৰ আছে বুলি কয় মুফতিয়ে। আবুবক্কৰে কোৱা অনুসৰি ইছলামত এনে এক আইন আছে য’ত ভুক্তভোগীৰ…

Read More