Braking

আজি ভাৰতীয় জনতা পাৰ্টীত বৃহৎ যোগদান বহু সদস্যৰ

ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কাৰ্যালয়ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ ভালে কেইগৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ প্ৰাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱা, আপৰ নেতা মনোজ ধানোৱাৰ , অমল পাটোৱাৰী , অভিনেতা ৰাজকুমাৰ ওৰফে তৃদীৱ তালুকদাৰ…

Read More

অসমত ২০২৬ৰ ৰণশিঙা বজাব নেকি ৰাহুল গান্ধীয়ে ?

অসমত কংগ্ৰেছৰ ভেটি মজবুত কৰিবলৈ আজি অসমলৈ ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে আজি অৰ্থাৎ বুধবাৰে অসমত উপস্থিত হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি সাংসদ ৰাহুল গান্ধী। পুৱা ১০ বজাত বৰঝাৰস্থিত বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সমীপৰে হোটেল কিৰণ শ্ৰী গ্ৰেণ্ডত দুয়ো অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ সৈতে মিলিত হয়…

Read More

বিজেপিলৈ ঢাপলি বিৰোধী সদস্যৰ একেদিনাই বিজেপিত যোগদান ২০০০ সদস্যৰ

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে বিজেপি দলৰ জনপ্ৰিয়তা । একেদিনাই বিজেপিত যোগদান ২০০০ ত কৈও অধিক সদস্যৰ । বিজেপিলৈ ঢাপলি বিৰোধী দলৰ সদস্যৰ । আজি এক সমূহীয়া যোগদান সভাত ২০০০ ত কৈও অধিক সদস্যই নিজ দল ত্যাগ কৰি যোগদান কৰে বিজেপি দলত । পশ্চিম কাৰ্বি আংলঙৰ ৭ নং কপিলী পৰিষদ সমষ্টিৰ লাংচিটিং গাঁৱত  আয়োজিত কৰা হয় এক বিশাল…

Read More

শান্তিৰ নোবেল বঁটাৰ বাবে নাম মনোনীত ড’নাল্ড ট্রাম্পৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক শান্তি নোবেল বঁটা দিবলৈ উঠি পৰি লাগিছে ইজৰাইল ।   কিছুদিন পূৰ্বে পাকিস্তানে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদানৰ প্ৰস্তাৱ দিছিল । এইবাৰ ইজৰাইলেও একে কাৰ্যকে অনুসৰণ কৰিলে । পাকিস্তানে কৈছিল যে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বাবে ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিয়া উচিত । তেওঁলোকে সেই প্ৰস্তাৱ নোবেল কমিটীলৈও প্ৰেৰণ কৰে । সোমবাৰে হোৱাইট হাউছত নেটান্যাহুৰ…

Read More