Braking

আধুনিক যুগতো প্ৰাসংগিক হেম ৰেডিঅ’

শেহতীয়াকৈ ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ হেম ৰেডিঅ’ ব্যৱহাৰ কৰি দেশৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । কিন্তু কি এই হেম ৰেডিঅ’ ? হেম ৰেডিঅ’ ক এমেচাৰ ৰেডিঅ’ নামেৰেও জনা যায় । এই এমেচাৰ ৰেডিঅ’ হৈছে যোগাযোগ স্থাপনৰ বাবে ৰেডিঅ’ তৰংগৰ ওপৰত নিৰ্ভৰশীল অনুজ্ঞাপত্ৰ প্ৰাপ্ত ৰেডিঅ’ সেৱা । হেম ৰেডিঅ’ সেৱা বহুলাংশে শিক্ষা…

Read More

পুনৰ সংঘটিত ‘ডিজিটেল গ্ৰেপ্তাৰ’ ৰ ঘটনা কৰ্ণাটকত ৩.১৬ কোটি টকাৰ প্ৰতাৰণা

দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । শেহতীয়াকৈ এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কৰ্ণাটকত । চাইবাৰ ইকনমিক এণ্ড নাৰ্কটিকছ (CEN) ক্ৰাইম পুলিচত দাখিল কৰা অভিযোগ অনুসৰি অনলাইন জালিয়াতি আঁচনিৰ চিকাৰ হ’ল মেংগালুৰুৰ এগৰাকী গৃহিণী । যাৰ ফলত ৩.১৬ কোটি টকা হেৰুৱাই । ৫ জুনৰ পুৱা প্ৰায় ১০:২৫ বজাত ৰাষ্ট্ৰীয় চাইবাৰ ৰিপৰ্ট পৰ্টেল (এনচিআৰপি)ৰ পৰা পৰিদৰ্শক…

Read More