GMCH ত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু

GMCH ত ভয়ংকৰ ঘটনা । NICU ত বিছনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু । অবিশ্বাস্য যেন লাগিলেও এইয়াই বাস্তৱ ! GMCH ৰ প্ৰসূতি বিভাগৰ ৩ নং মহলাত ঘটিল অঘটন । GMCHৰ BABY NICU বিছনাৰ পৰা পৰিল ৪ নৱজাতক । GMCH কর্তৃপক্ষৰ গাফিলতিৰ বাবেই মৃত্যুক আঁকোৱালি এটি কণমানি কন্যা দেৱশিশুৰ । একেখন বিচনাত ৰাখিছিল ৪ টা শিশু…

Read More

আজি দেশৰ ৭৯ সংখ‍্যক স্বাধীনতা দিৱস । ভাৰতৰ স্বাধীনতাত অসমৰ কি ভূমিকা ?

অসমৰ ভূমিকা অবিহনে স্বাধীনতাৰ ইতিহাস হৈ পৰিব অসম্পূৰ্ণ ! ভাৰতৰ স্বাধীনতাৰ ইতিহাসত অসমৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ । ১৯ শতিকাৰ প্ৰথমাৰ্ধত প্ৰথমবাৰৰ বাবে উত্থান ঘটিছিল অসমত ব্ৰিটিছ বিৰোধী চিন্তাৰ । অসমখন প্রত্যক্ষ ব্ৰিটিছৰ আধিপত‍্যৰ অধীনলৈ আহিছিল ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছতে। আৰু ব্ৰিটিছৰ শাসনত অতিষ্ঠ হৈ বহু স্বাধীনতাপ্রেমী লোকে অনুভৱ কৰিছিল যে এই অতিষ্ঠ ৰাজত্বৰ পৰা…

Read More

নিৰাপত্তা বৃদ্ধিৰ বাবে “মিছন সুদৰ্শন চক্ৰ” ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত “মিছন সুদৰ্শন চক্ৰ” প্ৰকল্পৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে স্বাধীনতা দিৱসৰ উপলক্ষে দিয়া ভাষণত ভাৰতৰ গুৰুত্বপূৰ্ণ সামৰিক আৰু অসামৰিক প্ৰতিষ্ঠানসমূহক সুৰক্ষা প্ৰদানৰ বাবে থলুৱা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই প্ৰকল্পৰ কথা ঘোষণা কৰে। “মিছন সুদৰ্শন চক্ৰ” মুকলি কৰাৰ কথা ঘোষণা কৰি মোদীয়ে কয়…

Read More

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ

‘অসম গ্ৰন্থমেলা’ৰ ২০২৫-২৬ৰ সূচী ঘোষণা অসম প্রকাশন পৰিষদৰ । গুৱাহাটীসহ ৰাজ্যৰ ৭টাকৈ স্থানত অনুষ্ঠিত হ’ব গ্রন্থমেলা । ৮ খন জিলাত ৪ মাহ ধৰি চলিব অসম গ্ৰন্থমেলা ।বঙাইগাঁও, লখিমপুৰ, তিনিচুকীয়া, যোৰহাট, নলবাৰী, শিলচৰ, মঙলদৈত অনুষ্ঠিত হব গ্রন্থমেলা । বঙাইগাঁওত ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত হব গ্ৰন্থ মেলা । লক্ষীমপুৰত ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ অনুষ্ঠিত…

Read More

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ

লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ I গোৱা আৰক্ষীৰ ৭০০ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ I গোৱাৰ মাননীয় মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে। গোৱা আৰক্ষীৰ নৱনিযুক্ত ৭০০ জন আৰক্ষী কনিষ্টবলে দেৰগাঁওস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমীত সফলতাৰে নিজৰ প্ৰশিক্ষণ সম্পূৰ্ণ হয় I এই…

Read More

অসমত মুঠ সমজিলাৰ সংখ্যা হ’ব ৪৯ খন

সমজিলা গঠনৰ দিশত আন এক অনন্য পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অসমত মুঠ সমজিলাৰ সংখ্যা হ’ব ৪৯ খন । এই বৰ্ষৰ দ্বিতীয় পর্যায়ত সংযোজন হ’ব ১০ খন সমজিলা । ২০২৪ চনৰ প্রথম পর্যায়ৰ ৩৯ খন সমজিলা উদঘাটন হৈছিল । ১২ আৰু ১৩ আগষ্টত দ্বিতীয় পৰ্যায়ৰ সমজিলা উদঘাটনৰ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে । অসমৰ…

Read More

মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা

মহানগৰীত উৎখাত গেষ্ট হাউচৰ যৌনতাৰ বেহা । আৰক্ষীৰ জেৰাত দেহ ব্যৱসায়ৰ অভিযুক্ত । কালি এটা ফোন ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছৰে পৰা গুৱাহাটীৰ সেই বিশেষ গেষ্ট হাউচৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ তদন্ত অভিযান । অবশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেহ ব্যৱসায়ৰ সৈতে জঢ়িত অভিযুক্তক । বাপ্তি হাজৰিকা, ৰিতুমণি গোহাঁই ৰাভা, জোনালী চৌহান, ৰিয়া দাসক গ্রেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ । আৰক্ষীৰ…

Read More

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ ৰ আবেদন পত্ৰসমূহ বিতৰণ কাৰ্য্যসূচী

আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা আঁচনি ২.০’ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠান । গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আয়োজন কৰা হয় অনুষ্ঠানৰ । ৰাজ্যৰ ৩৮০ৰো অধিক স্থানত বাল্য বিবাহ ৰোধ আৰু উচ্চ শিক্ষা আহৰণৰ লক্ষ্যৰে ৰাজ্যৰ লাখ লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা অভিলাষী আঁচনি ‘মুখ্যমন্ত্ৰীৰ নিযুত…

Read More

গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু

গুৱাহাটী বাইপাছত নির্মাণ হ’ব ৫ খনকৈ পদপথ সেঁতু । পদচাৰীৰ নিৰাপদ যাত্ৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সামাজিক মাধ্যম যোগে ঘোষণা কৰে এই সিদ্ধান্তৰ । ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নির্মাণ হ’ব ৫ খন সেঁতু । জালুকবাৰী , তেতেলীয়া, গড়চুক, ৰ’য়েল গ্ল’বেল ইউনিভাৰ্ছিটী পইন্ট, লালমাটিৰ গেম ভিলেজৰ সমীপত নিৰ্মাণ কৰা হব সেতু কেইখন…

Read More

আৰক্ষীৰ জালত SC কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস

হোজাই আৰক্ষীৰ জালত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস । পলাতক উপাধ্যক্ষ পিণ্টু দাসক ৰহাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । হোজাইৰ SC বৰ্ডৰ উপাধ্যক্ষ আছিল পিন্টু দাস । কিছুদিন পূর্বে পিণ্টু দাস আৰু তেওঁৰ সহযোগীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল SC বোৰ্ডৰ বহু সা-সামগ্ৰী । সামাজিক মাধ্যমত ভাইৰেল হৈছিল বাণ্ডিলে বাণ্ডিলে টকাসহ পিণ্টু দাসৰ…

Read More

পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি

বিজ্ঞানৰ যুগত অন্ধবিশ্বাস I পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি I এক বিশেষ নৃত্য । এই নৃত্য কোনো মনোৰঞ্জনধৰ্মী নাইবা উৎসৱধৰ্মী নহয় । পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ কৰা বেজৰ অভিনৱ বেজালিহে । বৰপেটাৰ হাউলীৰ সমীপৱৰ্তী কাউৰপাৰাত এই আজৱ ঘটনা । নৃত্যৰ তালে তালে নাচিছে কেইগৰাকীমান যুৱতীয়ে । মাজে মাজে বেজৰ যাদু টোনা । পেৰেলাইছিছ ৰোগীক সুস্থ…

Read More

অখিল গগৈয়ে সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি

অখিল গগৈয়ে সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি । সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত ২০ হাজাৰ লোকক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল অখিল গগৈয়ে । কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে । কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে । অখিল গগৈৰ বাবে ৰৈ থাকিল হাজাৰ হাজাৰ সংখ্যালঘূ মুচলমান ।…

Read More

ৰেচনৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ

লেখক : ৰাজশ্ৰী বৰুৱা ৰেচনৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ I এতিয়াৰে পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী I কেৱল চাউলেই নহয় ,হিতাধিকাৰীয়ে লাভ কৰিব দাইল,চেনী,নিমখ ইত‍্যাদি সামগ্ৰীসমূহ I ৰেচন সংগ্ৰহৰ নিয়ম সলনি হ’ব ১ অক্টোবৰৰ পৰা I বজাৰৰ দামতকৈ বহু কম মূল‍্যত ৰেচনৰ সামগ্ৰী লাভ কৰাৰ কথা ঘোষণা মুখ‍্যমন্ত্ৰীৰ I ৬৯ টকাত লাভ…

Read More

ভাৰতত স্থাপন হব প্ৰথমখন 5G কেপটিভ নন-পাব্লিক নেটৱৰ্ক

অসমৰ বাবে গৌৰৱৰ বিষয় । ভাৰতীয় সঞ্চাৰ নিগম লিমিটেড (BSNL) আৰু নুমলীগড় শোধনাগাৰ (NRL) খণ্ডৰ মাজত ভাৰতৰ প্ৰথমখন 5G কেপটিভ নন-পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ হৈছে । ডিজিটেল অসম আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে এয়া এক বৃহৎ পদক্ষেপ হিচাপে নিশ্চিতকৈ পৰিগণিত হ’ব ৷ এইটো ভাৰতৰ প্ৰথমটো ঔদ্যোগিক গ্ৰেডৰ 5G ব্যক্তিগত নেটৱৰ্ক যিয়ে বাস্তৱ সময়ৰ…

Read More

শিলচৰত গ্ৰেপ্তাৰ মুন্নাভাই MBBS

ৰাজ্যত অব্যাহত আছে ভুৱা চিকিৎসকৰ ব্যৱসায় । সমান্তৰালভাৱে অব্যাহত আছে ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এইবাৰ শিলচৰৰ এখন ব্যক্তিগত হাস্পতালৰ পৰা গ্ৰেপ্তাৰ ভুৱা চিকিৎসকক । শিলচৰ হাস্পতালৰ পৰা মেডিকেল পঞ্জীয়ন বিভাগৰ ভিজিলেন্সে আটক কৰে পুলক মালাকাৰক । আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ভুৱা চিকিৎসক পুলক মালাকাৰক । প্রসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞৰূপে পুলকে চলাই আহিছিল চিকিৎসা…

Read More

মহানগৰীৰ PVR চিনেমা হলত খহি পৰিল চিলিং

মহানগৰীৰ ছবিগৃহত ঘটিল অঘটন ।  মহানগৰীৰ ছবিগৃহত ঘটিল অঘটন ।  মহানগৰীৰ PVR চিনেমা হলত চিনেমা চলি থাকোতেই হঠাৎ খহি পৰিল চিলিং I এই ঘটনাত আহত হয় ৩ গৰাকী দৰ্শক ।  ঘটনাৰ পিছতেই দৰ্শকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । PVR কৰ্তৃপক্ষৰ চৰম হেমাহি । Zoo ৰোডৰ PVR ত চলি আছিল “MAHAVATAR NARSIMHA” নামৰ ছবিখন । চিনেমাখন…

Read More

৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম । ৭১ সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা প্ৰবাল খাউণ্ডৰ ছবি ‘পাই–টাং–ষ্টেপ অব হফ’ ছবিখনলৈ ৰজত কমল বঁটা I টাই ফাকে জনগোষ্ঠীৰ সম্পৰ্কত প্ৰৱাল খাউণ্ড পৰিচালিত ছবি Pai Tang , Step of Hope  ছবিখন I উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ‘স্বৰ্ণকমল বঁটা’। আদিত্যম…

Read More

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ । দেশৰ কোটি কোটি লোকে লাভ কৰিলে এই ধন । ৯ কোটি ৭০ লাখ কৃষকলৈ ঋণৰ ধন বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২০তম কিস্তিৰ জৰিয়তে ২০ হাজাৰ ৫০০ কোটি টকাৰ হস্তান্তৰ কৰে । বাৰাণসীত অনুষ্ঠিত মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আনহাতে ৰাজ্যৰ লাহোৱালস্থিত ডিব্ৰুগড়…

Read More

সংবাদমেল যোগে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি সংবাদ মেল যোগে কেইটাবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অতি শীঘ্ৰেই ৰাজ্যত আৰম্ভ হব অৰুনোদয় ৩.০ । আধাৰ আৰু পুলিং ভোটৰ জৰিয়তে নিৰ্বাচিত হব হিতাধিকাৰী । ভুৱা হিতাধিকাৰীয়ে অৰুনোদয়ৰ ধন লাভ কৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ ।ৰাজ্যৰ ৪০ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ ধন । BTR অঞ্চলতো…

Read More

অভিনেতা , নাট্যকাৰ , পৰিচালক নটসূৰ্য্য ফণী শৰ্মাক সুঁৱৰি

অসমৰ সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ ভিতৰত অন্যতম নটসূৰ্য্য ফণী শৰ্মা I তেওঁ আছিল অসমৰ নাট তথা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক ফণী শৰ্মা I ফণী শৰ্মাই তেজপুৰৰ বাণ থিয়েটাৰৰ মহিলা দৰ্শকৰ বাবে নিৰ্ধাৰিত গেলেৰীৰ দ্বাৰৰক্ষী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল । ১৯২৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰে, ‘ৰাণা প্ৰতাপ’ নাটকত সম্ৰাট আকবৰৰ চৰিত্ৰত ।…

Read More