Braking

আজি ভাৰতীয় জনতা পাৰ্টীত বৃহৎ যোগদান বহু সদস্যৰ

ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কাৰ্যালয়ত অসমৰ বিভিন্ন ক্ষেত্ৰৰ ভালে কেইগৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷

প্ৰাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱা, আপৰ নেতা মনোজ ধানোৱাৰ , অমল পাটোৱাৰী , অভিনেতা ৰাজকুমাৰ ওৰফে তৃদীৱ তালুকদাৰ , অৰ্জুন ছেত্ৰী , নিৰ্মলা পায়েং , প্ৰশান্ত শইকীয়াকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে ৷

Leave a Reply