প্ৰতিশোধৰ পৰা ব্যৱসায়লৈ প্ৰাক্তন প্ৰেমিকৰ ভয়ংকৰ প্ৰতিশোধৰ বলি অৰ্চিতা
সামাজিক মাধ্যমৰ পৰা সংবাদ মাধ্যমলৈ বিয়পি পৰিছিল এটা চৰ্চিত নাম । নিষিদ্ধ ছবিজগতৰ নায়িকা ৰূপে অসমীয়া যুৱতীক লৈ সৃষ্টি হৈছিল ভিন্ন কাহিনী , ভিন্ন বাতৰিৰ । কিন্তু পোহৰলৈ আহিছে প্ৰকৃত সত্য । ৰহস্য ফাদিল হৈছে Viral অৰ্চিতা সৃষ্টিৰ মূল কাহিনী । প্ৰতিশোধৰ দীৰ্ঘদিনীয়া পৰিকল্পনা চলি আছিল ডিব্ৰগড়ৰ বোৱাৰী অৰ্চিতাৰ বিৰুদ্ধে । ২০১৪ চনত টুইটাৰত অৰ্চিতাৰ…