Braking

৫০০০ হিন্দু মহিলাক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰিলে দেশদ্ৰোহী জালালুদ্দিনে

দেশৰ বিৰুদ্ধে কি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল চাংগুৰ বাবা ওৰফে জালালুদ্দিনে উত্তৰ প্ৰদেশ ATS ৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে জালালুদ্দিনে চলাই আহিছিল সন্ত্ৰাসবাদী কেম্প উত্তৰ প্ৰদেশৰ এটা ফেৰীৱালা ৷চাইকেলেৰে ফেৰি কৰি আঙুঠি আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তাই থকা জালালুদ্দিন কেনেকৈকেইবছৰমানৰ ভিতৰতে হৈ পৰিল কোটি কোটি টকাৰ মালিক ৷ এই সকলোবোৰ তথ্য আহি পৰিছে উত্তৰ…

Read More

সোণাপুৰৰ ক্লাৱ “NIRVANA” ত আৰক্ষীৰ অভিযান।

ক্লাৱ NIRVANA ত আৰক্ষীয়ে সকলো লোকৰে প্ৰৱেশ নিষিদ্ধ কৰি চলালে অভিযান। বৰ্তমান পৰ্য্যন্ত আৰক্ষীয়ে অভিযানৰ কাৰণ সদৰী কৰা নাই যদিও ক্লাৱটোত বৃহৎ জুৱাৰ আদ্দা চলিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বতে ক্লাৱ NIRVANA আইপিএল জুৱা সন্দৰ্ভত চলিছিল আৰক্ষীৰ অভিযান। আইজলৰ চাৰিজন লোকক এই ঘটনা সন্দৰ্ভত আটক কৰিছে আৰক্ষীয়ে ।আটক হোৱা চাৰিওজনৰ পৰা জুৱাত ব্যবহৃত বৃহৎ…

Read More

ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি

ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি দিয়ে ৰাজ্যপালে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই অধিসূচনাযোগে নিযুক্তি দিয়ে উপাচার্যসকলক । ড০ হিতেশ ডেকাক নিযুক্তি নগাঁও বিশ্ববিদ্যালয়ত   । অধ্যাপক জ্যোতিপ্রসাদ শইকীয়াক নিযুক্তি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত । অধ্যাপক মহাদেৱ পাটগিৰিক নিযুক্তি শিৱসাগৰ বিশ্ববিদ্যালয়ত । অধ্যাপক মুকুল বৰাক নিযুক্তি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত । অধ্যাপক তাৰণী চন্দ্ৰ ডেকাক নিযুক্তি বঙাইগাঁও বিশ্ববিদ্যালয়ত…

Read More

AREA 51 আজিও এক ৰহস্য ! কি আছে AREA 51ৰ ভিতৰভাগত !

প্ৰায়ে সময়ে AREA 51 ক লৈ উত্থাপিত হৈ বিভিন্ন প্ৰশ্ন কিন্তু, Area 51 হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেভাদা প্ৰান্তৰ এখন অতি গোপনীয় সামৰিক ঘাঁটি।এই স্থানটো লাছ ভেগাছৰ পৰা প্ৰায় ৮৩ কি:মি উত্তৰে অৱস্থিত।ইয়াক Unit 51, Dreamland, আৰু Groom Lake বুলিও কোৱা হয়। কিন্তু, বৰ্তমান সময়তও বিভিন্ন মানুহে Area 51 ত চৰকাৰে এলিয়েনৰ মৃতদেহ আৰু তেওঁলোকৰ প্ৰযুক্তি…

Read More

য়েমেনত মৃত্যুদণ্ডৰ শাস্তিৰ সন্মুখীন হ’বলৈ ওলাইছে এগৰাকী ভাৰতীয় নাৰ্চ।

কেৰালাৰ বাসিন্দা নিমিষা প্ৰিয়া নামৰ নাৰ্চগৰাকীক অহা ১৬ জুলাইত দিয়া হ’ব ফাঁচী। য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰা হৈছে। ২০০৮ চনত ঘৰৰ আৰ্থিক সমস্যাৰ বাবে নিমিষাই কাম কৰিবলৈ য়েমেনলৈ যায়।মধ্যপ্ৰাচ্যৰ দেশ য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াই তাত বহুকেইখন চিকিৎসালয়ত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ নিজাকৈ ক্লিনিক খোলে।ক্লিনিকখন খোলাৰ সময়ত নিমিষাই ২০১৪ চনত…

Read More