Braking

যাত্ৰীসকলৰ বাবে সুখবৰ – ভাৰতীয় ৰে’ল সেৱাত গুৰুত্বপূৰ্ণ পদক্ষেপ

এতিয়াৰে পৰা অধিক সুৰক্ষিত আৰু নিৰাপদ হব ৰে’ল যাত্ৰা  । যাত্ৰীৰ সৰলতাৰ সুযোগ লৈ কৰিব নোৱাৰিব কোনো ধৰণৰ হাৰাশাস্তি বা অপৰাধজনিত কাৰ্য্য । ৰে’ল যাত্ৰা আধুনিকীকৰণ আৰু যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল সেৱাই । যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেই এক বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । ভাৰতীয় ৰে’লৱেই এই বছৰৰ…

Read More

জীৱন-মৰণৰ সন্ধিক্ষণত এক কঠিন সিদ্ধান্ত ইউথেনেছিয়া (Euthanasia)

জীৱন-মৰণ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া । কিন্তু যিমানে গতিশীল সমাজৰ সৈতে গতি কৰিছোঁ ধাৰণা বোৰেই যে সময়ৰ সোঁতত সলনি হৈ নতুন পথৰ দিশে গতি কৰিছে । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ পৰিছে । এই উদ্বেগৰ সমান্তৰালভাৱে আন এটা বিতৰ্কিত বিষয়ৰ সৃষ্টি হৈছে-ইউথেনেছিয়া । আমাৰ সমাজত কেন্সাৰ এইডছৰ দৰে দুৰাৰোগ্য ৰোগ এক…

Read More

পুনৰ সংঘটিত ‘ডিজিটেল গ্ৰেপ্তাৰ’ ৰ ঘটনা কৰ্ণাটকত ৩.১৬ কোটি টকাৰ প্ৰতাৰণা

দেশত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । শেহতীয়াকৈ এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে কৰ্ণাটকত । চাইবাৰ ইকনমিক এণ্ড নাৰ্কটিকছ (CEN) ক্ৰাইম পুলিচত দাখিল কৰা অভিযোগ অনুসৰি অনলাইন জালিয়াতি আঁচনিৰ চিকাৰ হ’ল মেংগালুৰুৰ এগৰাকী গৃহিণী । যাৰ ফলত ৩.১৬ কোটি টকা হেৰুৱাই । ৫ জুনৰ পুৱা প্ৰায় ১০:২৫ বজাত ৰাষ্ট্ৰীয় চাইবাৰ ৰিপৰ্ট পৰ্টেল (এনচিআৰপি)ৰ পৰা পৰিদৰ্শক…

Read More