Braking

ভতিজাকৰ ছুৰীৰ আঘাতত প্ৰাণ গ’ল খুৰাকৰ

মহানগৰীত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা । হেঙেৰাবাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । ভতিজাকৰ ছুৰীৰ আঘাতত মৃত্যু অনিল ডেকাৰ । নিশা জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড । নিহত লোকজন হেঙেৰাবাৰীৰ লিচুবাগানৰ বাসিন্দা ।সত্য নাৰায়ণ পূজাৰ বাবে যাৱতীয় সামগ্ৰী বজাৰ কৰিবলৈ সন্ধিয়া সৰু পুত্ৰৰ সৈতে গণেশগুৰিলৈ আহিছিল অনিল দেৱ । বজাৰলৈ আহি…

Read More

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ স্বামীৰ এই কাণ্ড

পুনৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিলে পত্নীক । চাৰি-পাঁচবাৰকৈ পলাই যোৱা পত্নীক লৈ অতিষ্ঠ হৈ স্বামীয়ে সংঘটিত কৰিলে এই আমানবীয় কাণ্ড । ‘মোৰ নহ’ল যেতিয়া মই কাৰো হ’বলৈ নিদিওঁ ‘ এই ভাষ্য অভিযুক্ত ডিম্বেশ্বৰৰ ।নগাঁও কঠিয়াতলিত পত্নীক নৃশংসভাৱে হত্যা কৰি পলায়ন স্বামীৰ । ঘৰৰ ভিতৰতে পত্নীক হত্যা কৰিলে ডিম্বেশ্বৰ গগৈ নামৰ লোকজনে । নিহত মহিলাগৰাকীৰ…

Read More

কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা

দাৰে ঘপিয়াই হত্যা এগৰাকী বৃদ্ধ মহিলাক । কলিয়াবৰৰ লখনাবন্ধাত অমানৱীয় ঘটনা । চোতালতে নৃশংস হত্যা এগৰাকী মহিলাক  । উপৰ্যুপৰি আক্ৰমণ কৰি দাৰে হত্যা বৃদ্ধ মহিলাগৰাকীক ।সোমবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ হত্যা কাণ্ড । লখিমাই দাসৰ চোতালত মদন বিশ্বাস আৰু তেওঁৰ পৰিয়ালে প্ৰাণ ললে বৃদ্ধ মহিলা উষা বিশ্বাসৰ । ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই সংঘটিত এই ভয়ংকৰ কাণ্ড…

Read More

এপাৰ্টমেণ্টত উদ্ধাৰ অভিনেত্ৰীৰ উঁৱলি যোৱা মৃতদেহ ! মৃত্যুৰ ৯ মাহৰ পিছত অভিনেত্ৰীৰ শেষকৃত্য

কৰাচীৰ ইত্তেহাদ কমাৰ্চিয়েল এলেকাৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ এগৰাকী অভিনেত্ৰীৰ মৃতদেহ । অভিনেত্ৰী তথা মডেলগৰাকীৰ নাম হুমাইৰা আছঘৰ আলী । যোৱা সাত বছৰ ধৰি ডিফেন্স হাউছিং ছ’চাইটিৰ এটা এপাৰ্টমেণ্টত অকলশৰে বাস কৰিছিল অভিনেত্ৰগৰাকীয়ে । জিঅ’ টিভিৰ মতে , তেওঁৰ এপাৰ্টমেণ্টৰ পৰা নিৰ্গত হোৱা প্ৰবল , অপ্ৰীতিকৰ গোন্ধ বিয়পি পৰাৰ পিছত চুবুৰীয়াই আতংকিত হৈ খবৰ দিয়ে…

Read More

ইনষ্টাগ্ৰাম ৰীলৰ বাবেই….পিতৃয়ে ৫ টা গুলীৰে হত্যা কৰিলে নিজ কন্যাক !

হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । বৃহস্পতিবাৰে গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰত এজন লোকে তেওঁৰ ২৫ বছৰীয়া কন্যা ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে । ৰাধিকা যাদৱক গুলীয়াই হত্যা কৰে নিজ পিতৃয়ে । ৰাধিকা যাদৱ আছিল ৰাজ্যিক পৰ্য্যায়ৰ এগৰাকী টেনিছ খেলুৱৈ । আই টি এফ ডাবলছত ১১৩ নম্বৰ স্থানত থকা ৰাধিকা আছিল ভাৰতীয় টেনিছৰ উদীয়মান…

Read More

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ?

ভাতৃৰূপত ঘাতক ! কোনে আৰু কিয় হত্যা কৰিলে বন্দনা দাসক ? বন্দনা দাস হত্যাকাণ্ডৰ নতুন তথ্য ! প্ৰকৃততে কাৰ ষড়যন্ত্ৰৰ বলি হ’ল বন্দনা দাস ? ধনৰ লোভত অন্ধ হৈ বায়েকক হত্যা কৰিলে নিজ ভাতৃয়ে । বায়েকক হত্যা কৰিবলৈ কিমান নিষ্ঠুৰ হব লাগিব এবাৰ ভাৱকচোন ? যোৱা ২ জুলাইত গুৱাহাটীৰ খাৰঘূলিৰ লুইতপুৰৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল…

Read More

শোৱাপাটীতে হত্যা এগৰাকী মহিলাক ! কুঁৱাত পেলাই দিয়া হল মৃতদেহ….

ৰাজ্যত পুনৰ এক ভয়ানক হত্যাকাণ্ড । কোকৰাঝাৰৰ নায়েকগাঁও দক্ষিণ আমগুৰিত হত্যাকাণ্ড । শোৱাপাটীতে হত্যা কৰিলে এগৰাকী মহিলাক । মহিলা গৰাকীৰ নাম চুমি কিস্কু । শোৱাপাটীত নেদেখি , কোঠাত তেজৰ দাগ দেখি হত্যাৰ সন্দেহ পৰিয়ালৰ । হত্যা কৰি চোঁচৰাই আনি মৃতদেহ পেলালে কুঁৱাত । এতিয়ালৈকে হত্যাকাৰীৰ সন্ধান পোৱা নাই । মৃতদেহ উদ্ধাৰৰ চেষ্টা SDRF বাহিনীৰ ।…

Read More