Braking

য়েমেনত ৰক্ষা পৰিবনে ভাৰতৰ নিমিষা প্ৰিয়াৰ প্ৰাণ?

য়েমেনত কাৰাবন্দী হৈ থকা কেৰালাৰ নাৰ্চ নিমিষা প্ৰিয়াক ১৬ জুলাইত ফাঁচী দিয়াৰ কথা আছিল। কিন্তু কেৰালাৰ গ্ৰেণ্ড মুফতি শ্বেখ কান্তপুৰম এ পি আবুবক্কৰ মুছলিয়াৰৰ হস্তক্ষেপৰ বাবে এই শাস্তি পিছুৱাই দিয়া হৈছে। ইছলামিক আইন অনুসৰি হত্যাকাৰীক ক্ষমা কৰাৰ অধিকাৰ ভুক্তভোগীৰ পৰিয়ালৰ অধিকাৰ আছে বুলি কয় মুফতিয়ে। আবুবক্কৰে কোৱা অনুসৰি ইছলামত এনে এক আইন আছে য’ত ভুক্তভোগীৰ…

Read More

য়েমেনত মৃত্যুদণ্ডৰ শাস্তিৰ সন্মুখীন হ’বলৈ ওলাইছে এগৰাকী ভাৰতীয় নাৰ্চ।

কেৰালাৰ বাসিন্দা নিমিষা প্ৰিয়া নামৰ নাৰ্চগৰাকীক অহা ১৬ জুলাইত দিয়া হ’ব ফাঁচী। য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত নিমিষাক দোষী সাব্যস্ত কৰা হৈছে। ২০০৮ চনত ঘৰৰ আৰ্থিক সমস্যাৰ বাবে নিমিষাই কাম কৰিবলৈ য়েমেনলৈ যায়।মধ্যপ্ৰাচ্যৰ দেশ য়েমেনলৈ যোৱা নিমিষা প্ৰিয়াই তাত বহুকেইখন চিকিৎসালয়ত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ নিজাকৈ ক্লিনিক খোলে।ক্লিনিকখন খোলাৰ সময়ত নিমিষাই ২০১৪ চনত…

Read More

ভাৰতীয় নাৰ্চ নিমিশা প্রিয়াক ১৬ জুলাইত য়েমেনত দিয়া হ’ব ফাঁচী

২০১৭ চনত তালাল আবদো মাহদী নামৰ এজন য়েমেনী নাগৰিকক হত্যাৰ অভিযোগত দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায় মৃত্যুদণ্ডৰ অনুমোদন দিছিল য়েমেনৰ ৰাষ্ট্ৰপতি ৰাশাদ আল আলিমীয়ে কিন্তু নিমিশা প্ৰিয়া কোন ? নিমিশা প্ৰিয়া এগৰাকী ভাৰতীয় নাগৰিক আৰু কেৰালাৰ নিবাসী এগৰাকী নাৰ্চ আছিল।তেওঁ ২০০৮ চনত তেওঁ তেওঁৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰাৰ বাবে য়েমেন দেশলৈ গৈছিলআৰু সেই দেশত কাম কৰাৰ…

Read More