এখন ভৰিৰে দেশ বিদেশত চাইকেল যাত্ৰা অসম সন্তানৰ
২০১২ চনৰ এটা দুৰ্ঘটনাতহেৰুৱাইছিল এখন ভৰি…. প্ৰতিবন্ধকতাক নেউচি এজন সফল যুৱক । প্ৰতিবন্ধকতা সফলতাৰ পথত হেঙাৰ হব নোৱাৰে । বিশেষভাৱে সক্ষম যুৱক পেৰা চাইক্লিষ্ট ৰাকেশ বণিকে শেহতীয়াকৈ সম্পূৰ্ণ কৰে । ‘ভল্গাৰ পৰা ব্ৰহ্মপুত্ৰলৈ’ চাইকেল যাত্ৰা । প্ৰায় ৭ হাজাৰ কিঃমিঃ যাত্ৰা সম্পূৰ্ণ কৰি উপস্থিত হৈছে নিজ ৰাজ্যত । এপ্ৰিল মাহতেই আৰম্ভ হৈছিল এই যাত্ৰা । নেহেৰু ষ্টেডিয়ামত…