Braking

ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি

ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচার্য নিযুক্তি দিয়ে ৰাজ্যপালে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই অধিসূচনাযোগে নিযুক্তি দিয়ে উপাচার্যসকলক ।

ড০ হিতেশ ডেকাক নিযুক্তি নগাঁও বিশ্ববিদ্যালয়ত   ।

অধ্যাপক জ্যোতিপ্রসাদ শইকীয়াক নিযুক্তি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত ।

অধ্যাপক মহাদেৱ পাটগিৰিক নিযুক্তি শিৱসাগৰ বিশ্ববিদ্যালয়ত ।

অধ্যাপক মুকুল বৰাক নিযুক্তি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত ।

অধ্যাপক তাৰণী চন্দ্ৰ ডেকাক নিযুক্তি বঙাইগাঁও বিশ্ববিদ্যালয়ত ।

অধ্যাপক নিৰঞ্জন ৰয়ক নিযুক্তি গুৰুচৰণ বিশ্ববিদ্যালয়ত ।

গণেশ চন্দ্ৰ ৱাৰিক নিযুক্তি কোকৰাঝাৰ বিশ্ববিদ্যালয়ত ।

Leave a Reply