ভাৰতে নিৰ্মাণ কৰিবলৈ সাজু হৈছে আটাইতকৈ বিপদজ্জনক হাইপাৰছ’নিক মিছাইল !

DRDO ৰ এই বৃহৎ প্ৰজেক্টৰ নাম হৈছে “প্ৰজেক্ট বিষ্ণু”

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ভাৰতৰ ক্ষেপণাস্ত্ৰ শক্তিক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
DRDO য়ে জনোৱা অনুসৰি –
এইটোৱেই হ’ব ভাৰতৰ আটাইতকৈ উন্নত হাইপাৰছ’নিক মিছাইল প্ৰযুক্তি।

এই বিশেষ প্ৰকল্পৰ অধীনত DRDO ই একেলগে ১২টা ভিন্ন ধৰণৰ হাইপাৰছ’নিক মিছাইল নিৰ্মাণ কৰি আছে।
নিৰ্মাণ হৈ থকা এই ক্ষেপণাস্ত্ৰসমূহৰ গতি হ’ব প্ৰতি ঘণ্টাত প্ৰায় ১১ হাজাৰ কিলোমিটাৰ।
ভাৰতে প্ৰজেক্ট বিষ্ণুৰ জৰিয়তে আক্ৰমণাত্মক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰাই নহয়, ইয়াৰ তলত এটা ইন্টাৰচেপ্টৰ মিছাইল ব্যৱস্থাও নিৰ্মাণ কৰা হ’ব।

ইয়াৰ লগতে ভাৰতে আন কেইবাটাও ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে।
এই ক্ষেপণাস্ত্ৰসমূহত উন্নত নেভিগেচন আৰু নিয়ন্ত্ৰণ ব্যৱস্থা থাকিব।
অৰ্থাৎ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছতো ইয়াৰ লক্ষ্য মাজভাগত সলনি কৰিব পৰা যাব।
আনহাতে এই ক্ষেপণাস্ত্ৰসমূহ বন্ধ কৰাটো শত্ৰুৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিব লগতে এই ক্ষেপণাস্ত্ৰসমূহৰ ৰেঞ্জ প্ৰায় ২০০০ কিলোমিটাৰ হ’ব।

MORE………..

  • Three Idiots sequel has begun production

    Three Idiots sequel has begun production

    Bollywood superstar Aamir Khan’s next film has been in the news for the past few days. Many people a‘B wanted to know that he was busy with the work of a special film for his son Junaid. But the good news has come to end all the speculations. According to reports, Aamir Khan has already…

  • Riyan Parag Caught Vaping Inside RR Dressing Room; Risks Imprisonment, Heavy Fine

    Riyan Parag Caught Vaping Inside RR Dressing Room; Risks Imprisonment, Heavy Fine

      GUWAHATI: Rajasthan Royals may have halted Punjab Kings’ winning run on Tuesday, April 28, but the spotlight quickly shifted away from the result to an off-field controversy involving skipper Riyan Parag. ALSO READ: Assam’s Abhijit Bhattacharya Appointed as India Volleyball Team Selector Ahead of Asian Volleyball Championship 2026 During the latter stages of the Royals’ run…

  • Assam Gears Up for Counting Day May 4 for Over 2.5 Crore Electors

    Assam Gears Up for Counting Day May 4 for Over 2.5 Crore Electors

      GUWAHATI: Assam is set for the counting of votes for the Legislative Assembly elections 2026 with elaborate arrangements in place across the state, officials said during a press briefing on Wednesday, April 29. ALSO READ: Car Crashes into Electric Pole, Catches Fire in Assam’s Golaghat; Three Injured According to election authorities, a total of 47 counting centres…

Leave a Reply