ভুৱা এনকাউন্টাৰৰ গোচৰত ৫ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক যাৱজ্জীৱন কাৰাদণ্ড

পঞ্জাৱৰ মোহালিত বিশেষ আদালতৰ গুৰুত্বপূৰ্ণ ৰায় । ৩২ বছৰৰ পিছত কাৰাদণ্ড ঘোষণা আদালতৰ । ভুৱা এনকাউন্টাৰৰ গোচৰত ৫ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড । লগতে ৩.৫ লাখ টকাৰ জৰিমনা আদালতৰ । মোহালি জিলাত অৱস্থিত CBI ৰ এখন বিশেষ আদালতে অৱশেষত কাৰাদণ্ড বিহে এই পাঁচ আৰক্ষী বিষয়াক । পঞ্জাৱত ১৯৯৩ চনতে সংঘটিত হৈছিল অভিশপ্ত ঘটনাৰ…

Read More

আৰক্ষীৰ জালত SC কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস

হোজাই আৰক্ষীৰ জালত অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড পিণ্টু দাস । পলাতক উপাধ্যক্ষ পিণ্টু দাসক ৰহাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । হোজাইৰ SC বৰ্ডৰ উপাধ্যক্ষ আছিল পিন্টু দাস । কিছুদিন পূর্বে পিণ্টু দাস আৰু তেওঁৰ সহযোগীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল SC বোৰ্ডৰ বহু সা-সামগ্ৰী । সামাজিক মাধ্যমত ভাইৰেল হৈছিল বাণ্ডিলে বাণ্ডিলে টকাসহ পিণ্টু দাসৰ…

Read More

পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি

বিজ্ঞানৰ যুগত অন্ধবিশ্বাস I পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ বেজৰ বেজালি I এক বিশেষ নৃত্য । এই নৃত্য কোনো মনোৰঞ্জনধৰ্মী নাইবা উৎসৱধৰ্মী নহয় । পেৰেলাইছিছ ৰোগীক সুস্থ কৰিবলৈ কৰা বেজৰ অভিনৱ বেজালিহে । বৰপেটাৰ হাউলীৰ সমীপৱৰ্তী কাউৰপাৰাত এই আজৱ ঘটনা । নৃত্যৰ তালে তালে নাচিছে কেইগৰাকীমান যুৱতীয়ে । মাজে মাজে বেজৰ যাদু টোনা । পেৰেলাইছিছ ৰোগীক সুস্থ…

Read More

অখিল গগৈয়ে সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি

অখিল গগৈয়ে সংখ্যালঘু মুছলমানক দিলে ভয়ংকৰ ফাঁকি । সংখ্যালঘুৰ সমস্যা সমাধানৰ দাবীত ২০ হাজাৰ লোকক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল অখিল গগৈয়ে । কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে । কিন্তু প্ৰতিশ্ৰুতি দি প্ৰতিবাদস্থলীত ভৰি য়েই নিদিলে অখিল গগৈয়ে । অখিল গগৈৰ বাবে ৰৈ থাকিল হাজাৰ হাজাৰ সংখ্যালঘূ মুচলমান ।…

Read More

ৰেচনৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ

লেখক : ৰাজশ্ৰী বৰুৱা ৰেচনৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ I এতিয়াৰে পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ সামগ্ৰী I কেৱল চাউলেই নহয় ,হিতাধিকাৰীয়ে লাভ কৰিব দাইল,চেনী,নিমখ ইত‍্যাদি সামগ্ৰীসমূহ I ৰেচন সংগ্ৰহৰ নিয়ম সলনি হ’ব ১ অক্টোবৰৰ পৰা I বজাৰৰ দামতকৈ বহু কম মূল‍্যত ৰেচনৰ সামগ্ৰী লাভ কৰাৰ কথা ঘোষণা মুখ‍্যমন্ত্ৰীৰ I ৬৯ টকাত লাভ…

Read More

ভাৰতত স্থাপন হব প্ৰথমখন 5G কেপটিভ নন-পাব্লিক নেটৱৰ্ক

অসমৰ বাবে গৌৰৱৰ বিষয় । ভাৰতীয় সঞ্চাৰ নিগম লিমিটেড (BSNL) আৰু নুমলীগড় শোধনাগাৰ (NRL) খণ্ডৰ মাজত ভাৰতৰ প্ৰথমখন 5G কেপটিভ নন-পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ হৈছে । ডিজিটেল অসম আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে এয়া এক বৃহৎ পদক্ষেপ হিচাপে নিশ্চিতকৈ পৰিগণিত হ’ব ৷ এইটো ভাৰতৰ প্ৰথমটো ঔদ্যোগিক গ্ৰেডৰ 5G ব্যক্তিগত নেটৱৰ্ক যিয়ে বাস্তৱ সময়ৰ…

Read More

য়েমেন উপকূলৱৰ্তী সমুদ্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা

এক ভয়ংকৰ নাও দুৰ্ঘটনা । সমগ্ৰ বিশ্ব কঁপাই গৈছে যোৱা এই নাও দুৰ্ঘটনা । য়েমেন উপকূলৱৰ্তী সমুদ্ৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । সমুদ্ৰত ডুব যায় ইথিউপিয়াৰ যাত্রীবাহী নাও । ইথিউপিয়াৰ প্ৰব্ৰজনকাৰীৰে পৰিপূৰ্ণ আছিল নাওখন । ইথিউপিয়াৰ পৰা য়েমেন অভিমুখী যাত্ৰীবাহী নাওখন য়েমেন পোৱাৰ পূৰ্বে আৰব সাগৰত ডুব যায় । এই দুৰ্ঘটনাত মৃত্যু হয় ৬৮…

Read More

শিলচৰত গ্ৰেপ্তাৰ মুন্নাভাই MBBS

ৰাজ্যত অব্যাহত আছে ভুৱা চিকিৎসকৰ ব্যৱসায় । সমান্তৰালভাৱে অব্যাহত আছে ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এইবাৰ শিলচৰৰ এখন ব্যক্তিগত হাস্পতালৰ পৰা গ্ৰেপ্তাৰ ভুৱা চিকিৎসকক । শিলচৰ হাস্পতালৰ পৰা মেডিকেল পঞ্জীয়ন বিভাগৰ ভিজিলেন্সে আটক কৰে পুলক মালাকাৰক । আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে ভুৱা চিকিৎসক পুলক মালাকাৰক । প্রসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞৰূপে পুলকে চলাই আহিছিল চিকিৎসা…

Read More

মহানগৰীৰ PVR চিনেমা হলত খহি পৰিল চিলিং

মহানগৰীৰ ছবিগৃহত ঘটিল অঘটন ।  মহানগৰীৰ ছবিগৃহত ঘটিল অঘটন ।  মহানগৰীৰ PVR চিনেমা হলত চিনেমা চলি থাকোতেই হঠাৎ খহি পৰিল চিলিং I এই ঘটনাত আহত হয় ৩ গৰাকী দৰ্শক ।  ঘটনাৰ পিছতেই দৰ্শকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । PVR কৰ্তৃপক্ষৰ চৰম হেমাহি । Zoo ৰোডৰ PVR ত চলি আছিল “MAHAVATAR NARSIMHA” নামৰ ছবিখন । চিনেমাখন…

Read More

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত  থিতাতে মৃত্যু ১১ ভক্তৰ

পৃথিৱীৰাজ মন্দিৰ অভিমুখী বলেৰ’ বাহন দুৰ্ঘটনাগ্ৰস্ত । থিতাতে মৃত্যু ১১ ভক্তৰ , ৪ ভক্তক উদ্ধাৰ । মৃতকসকলৰ ভিতৰত আছিল ৬ গৰাকী মহিলা , দুজন পুৰুষ , আৰু তিনিজন শিশু । নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বলেৰ’ বাহনখন । স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । ইটিয়াথক আৰক্ষী…

Read More

৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম

৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা। ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলি উঠিছে অসম । ৭১ সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা প্ৰবাল খাউণ্ডৰ ছবি ‘পাই–টাং–ষ্টেপ অব হফ’ ছবিখনলৈ ৰজত কমল বঁটা I টাই ফাকে জনগোষ্ঠীৰ সম্পৰ্কত প্ৰৱাল খাউণ্ড পৰিচালিত ছবি Pai Tang , Step of Hope  ছবিখন I উৎপল দত্তলৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ‘স্বৰ্ণকমল বঁটা’। আদিত্যম…

Read More

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ

আজি পি এম কিষাণ নিধিৰ ধন বিতৰণ । দেশৰ কোটি কোটি লোকে লাভ কৰিলে এই ধন । ৯ কোটি ৭০ লাখ কৃষকলৈ ঋণৰ ধন বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২০তম কিস্তিৰ জৰিয়তে ২০ হাজাৰ ৫০০ কোটি টকাৰ হস্তান্তৰ কৰে । বাৰাণসীত অনুষ্ঠিত মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আনহাতে ৰাজ্যৰ লাহোৱালস্থিত ডিব্ৰুগড়…

Read More

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান অব্যাহত I নিৰাপত্তা বাহিনীৰ গুলীত নিহত এজন সন্ত্ৰাসবাদী I জম্মু-কাশ্মীৰৰ কুলগাম জিলাত অব্যাহত আছে সন্ত্ৰাসবিৰোধী অভিযান । শুকুৰবাৰে সন্ধিয়াৰে পৰা চলিছে সন্ত্ৰাসবাদী বিৰোধী অভিযান । কুলগামত কালি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হয় । আখাল বনাঞ্চলত আত্মগোপন কৰি আছিল সন্ত্রাসবাদীটো । সেনাৰ গুলীচালনাত মৃত্যু হয় দুধৰ্ষ সন্ত্ৰাসবাদীটোৰ…

Read More

সংবাদমেল যোগে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি সংবাদ মেল যোগে কেইটাবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অতি শীঘ্ৰেই ৰাজ্যত আৰম্ভ হব অৰুনোদয় ৩.০ । আধাৰ আৰু পুলিং ভোটৰ জৰিয়তে নিৰ্বাচিত হব হিতাধিকাৰী । ভুৱা হিতাধিকাৰীয়ে অৰুনোদয়ৰ ধন লাভ কৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীৰ ।ৰাজ্যৰ ৪০ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ ধন । BTR অঞ্চলতো…

Read More

গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ

গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ I অতি শীঘ্ৰেই চলিব জৰীপ I মহানগৰৰ কেইবাটাও অঞ্চল অবৈধ বেদখলকাৰীৰ দখলত । বেদখল কাৰ্য্যক লৈ চিন্তাত পৰিছে ৰাজ্য চৰকাৰ । গুৱাহাটী মহানগৰীত উচ্ছেদৰ বাবে সাজু চৰকাৰ । ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ মাজতেই এই নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । এই সন্দৰ্ভত কেবিনেট বৈঠকৰ অন্তত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী…

Read More

এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ ছামিউল হকৰ

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ছামিউল হকে এক হৃদয় বিদাৰক ঘটনা । নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছিল যুৱকজন । অৱশেষত এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ ছামিউল হকৰ । কাহিলিপাৰাৰ দক্ষিণগাঁওত ২জুলাইৰ পুৱা ৩ বজাত সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা । অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ…

Read More

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড । প্রাক্তন ন্যায়াধীশ প্ৰতাপ চন্দ্ৰ দাসক হাত-ভৰি বান্ধি লুটপাট চলালে ডকাইতৰ দলে । চানমাৰীৰ জ্যোতি নগৰত সংঘটিত হৈছে এই ঘটনা । পুৱতি নিশা সংঘটিত হয় এই ঘটনা । ডকাইতে প্ৰাক্তন ন্যায়াধীশৰ ঘৰৰ পৰা লুটি নিয়ে নগদ ধনৰ লগতে সোণৰ গহনা । ঘটনা সন্দৰ্ভত চানমাৰী থানাত এজাহাৰ দাখিল ভুক্তভুগীৰ…

Read More

উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়

উৎকট গৰমৰ বাবে পুনৰ সলনি শিক্ষানুষ্ঠানৰ পাঠদানৰ সময় । শিক্ষানুষ্ঠানৰ সময়সূচী সম্পৰ্কে আহিছে নতুন জাননী I গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ সময় আহি পৰিছে । পুনৰ ৰাজ্যত খোলা হব সকলো শিক্ষানুষ্ঠান । গ্রীষ্ম প্ৰৱাহৰ বাবে কামৰূপ (মেট্ৰ’)ৰ পাঠদানৰ সময়সূচী সলনিৰ নতুন নির্দেশনা জাৰি কামৰূপ মেট্ৰ’ৰ IS-DEEO দিপীকা চৌধুৰীৰ । মহানগৰীৰ বিদ্যালয়সমূহত পুৱা ৭.৩০ বজাৰ পৰাই আৰম্ভ হ’ব…

Read More

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা

ঝাৰখণ্ডৰ দেওঘৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে । ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই দেশজুৰি শোকৰ সৃষ্টি কৰিছে । বৈদ্যনাথ ধামলৈ যাত্ৰা কৰি থকা যাত্ৰীবাহী এখন বাছ আৰু এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ মাজত মূখা-মুখি সংঘৰ্ষ সংঘটিত হয় I বৈদ্যনাথ ধামলৈ যোৱাৰ পথত জামুনিয়া জিলাৰ সমীপত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন । বাছ- ট্ৰাকৰ মুখা-মুখি সংঘৰ্ষত ৬ জন…

Read More

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

আজি সৰুপথাৰৰ উৰিয়ামঘাটত আৰম্ভ হৈছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান I শতাধিক বুলড’জাৰেৰে এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান সকলো I পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান ।শতাধিক বুলড’জাৰেৰে পুৱাৰে পৰা এফালৰ পৰা ভাঙি নিছে ঘৰ দুৱাৰ I ১২খনকৈ গাঁৱত চলিব এই উচ্ছেদ অভিযান I বিদ্যাপুৰ অঞ্চলৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ…

Read More